Biology Question Paper Class 12 CBSE Assamese Medium | জীৱবিজ্ঞান | Assam GK

Biology Question Paper 2020 Class 12 CBSE Assamese Medium | জীৱবিজ্ঞান | Assam GK. Assam GK | জীৱবিজ্ঞান Biology Question and Answer in Assamese | Assam Science Question

In this article, we will provide you with some important Model Question for APDCL and RRB including Assam Forest Exam and Other Competitive examinations.

জীৱবিজ্ঞান

  1. প্ৰপ্লাজমত কোষ প্রৰসত /কোষকেন্দ্রীয় ৰসত ক্ৰ পােৱা যায়।

উত্তৰঃ কোষকেন্দ্রীয় ৰসত।

  1. মাইটকন্ড্রিয়াই ৰাইবজমে/ লাইছজমে খাদ্যত নিহিত শক্তি মুকলি কৰে।

উত্তৰ ঃ মাইট’কন্ড্রিয়াই।

  1. চেন্টুজমে/ ৰাইবজমে /লাইছজমে কোষ বিভাজনত অংশ গ্রহণ কৰে।

উত্তৰ ঃ চেন্ট’জমে।

  1. মাইটকন্ড্রিয়া /গলগি সংঘ | ৰাইবজম কোষীয় শ্বসনৰ কেন্দ্রস্থল

উত্তৰঃ মাইট কন্ডিয়া

  1. কোষৰ প্ৰটিন কাৰখানা আখ্যা দিয়া হয় ৰাইবজমক/ গলগি সংঘক/ মাইটকন্ড্রিয়াক।

উত্তৰ : ৰাইব’জমক।

  1. চেজমে/ ৰাইবজমে/ লাইছমে প্রটিন সংশ্লেষণ কৰে।

উত্তৰ : ৰাইব’জমে।

  1. কোষৰ শক্তিৰ ভঁৰালবােলা হয় গলগি সংঘক/ ৰাইব মক/ মাইটকন্ড্রিয়াক।

উত্তৰ ঃ মাইট’কন্ড্রিয়াক।

  1. প্রাণীদেহত সােমােৱা বীজাণুক ধংস কৰে লাইছজমে / চেন্টুজমে | ৰাইবজমে।

উত্তৰ ঃ লাইছ’জমে।

  1. আত্মঘাতী মােনাআখ্যা দিয়া হয় মাইক্ৰবডিক/ গলগি সংঘক/ লাইছজমক।

উত্তৰ ঃ লাইছ’জমক।

  1. উদ্ভিদৰ খনিজ পুষ্টিৰ অত্যাৱশ্যকীয় পোেষক মৌলৰ সংখ্যা – (40/17/27/71).

উত্তৰ ঃ 17

Biology Question is very important if you want pass out any examination, whether you are preparing for competitive examinations or preparing for 12 class examination questions.

  1. নীল সেউজ শেলাই আৰু ৰঙা শেলাইত পােৱা সালােক সংশ্লেষণকাৰীৰঞ্জক পদার্থবিধ – (ফাইকলিজ।

ফাইক’বিলিন/ফাইক’মাইচিচ/জেফিল)।

উত্তৰঃ ফাইকবিলিন

  1. সৌৰ ৰশ্মিৰ ফটন কণাত নিহিত হৈ থকা শক্তি – (কোৱাক/কোৱাণ্টাম/কেটিন/কোষীয়া শক্তি)

উত্তৰ কোৱান্টাম(Qusntum)

  1. সালােক সংশ্লেষণ প্রক্রিয়াত নির্গত হয়—(আলােক বিক্রিয়া দশাত/তিমিৰ বিক্রিয়া দশাত/ কেলভিন চক্ৰত/ওপৰৰ

এটাও নহয়)।

উত্তৰ ঃ আলােক বিক্রিয়া দশাত

  1. কোন শ্রেণীৰ উদ্ভিদ সালােক সংশ্লেষণ কৰিব পৰা ক্ষমতা নাই – (পতংগ ভােজী উদ্ভিদ/আংশিক মূল

পৰজীৱী/সম্পূর্ণ কাণ্ড পৰজীৱী/আংশিক কাণ্ড পৰজীৱী)।

উত্তৰঃ সম্পূর্ণ কাণ্ড পৰজীৱী

15.বৃক্ষ জাতীয় উদ্ভিদৰ কান্ডই শ্বসনৰ বাবে প্রয়ােজনীয় O, বায়ুমণ্ডলৰ পৰা আহৰণ কৰে (বাতন্ত্র্য/পত্র/ৰবাত/

হৰিণাৰদ্বাৰা)।

উত্তৰ ঃ বাতন্ত্র্য।

  1. কোষীয় শ্বসন প্রক্রিয়া কোষৰ কোনটো কোষ অংগাণুত সংঘটিত হয় (হৰিৎকণা/মাইটকন্ড্রিয়া/লাইছছম।

ৰসধানী)।

উত্তৰঃ মাইট’কন্ড্রিয়া।

  1. উদ্ভিদৰ শ্বসন কেৱল (দিনতেই ঘটে/ৰাতিহে ঘটে/দিন আৰু ৰাতি উভয় কালতে ঘটে/বৰষুণৰ বতৰত ঘটে)

উত্তৰ দিন আৰু ৰাতি উভয় কালতে ঘটে।

  1. তলৰ কোনটো প্রজনন প্রক্রিয়া ?

(i) নিষেচন।

(ii) জোৰা কলম

(iii) দ্বিভাজন।

(iv) দ্বৈত নিষেচন।

উত্তৰ ঃ (ii) জোৰা কলম।

  1. তলৰ কোনটো প্রজনন প্রক্রিয়া অযৌন নহয় ?

(i) নিষেচন

(ii) ৰণুগঠন

(iii) খণ্ডন

(iv) কোষ মুকুলােদ্গম।

উত্তৰ : (i) নিষেচন

RelatedRRB NTPC 2016 Question Paper with Answer Key [ Railway Recruitment Board] PDF

2o. পুংজনন কোষৰ উৎপত্তি হয়

(i) পৰাগথলীত

(ii) গর্ভমুণ্ডত

(iii) পৰাগনলিকাত

(iv) গর্ভাশয়ত।

উত্তৰ ঃ (iii) পৰাগনলিকাত।

  1. ৰূপান্তৰিত অংগৰ দ্বাৰা প্রজনন হয় (আম/ধান/আদা/মূলা)

উত্তৰ : আদা।

  1. দুটা বিপৰীত জননকোষৰ প্রয়ােজন (যৌন/অযৌন/অংগজ) প্রজননত।

উত্তৰ ও যৌন প্রজননত।

  1. মাটিৰ তলত আনুভূমিকভাৱে হােৱা কাণ্ড (ৰাইজম/স্ফীতক/ধাবক)

উত্তৰঃ ৰাইজমৈ।

  1. ইষ্টৰ প্রজননদ্বাৰা হয় (বিভাজন/মুকুলন/ৰেণু গঠন)

উত্তৰ ঃ মুকুলন।

  1. মচবর্গৰ উদ্ভিদতউৎপন্ন হয়। (গেমা কাপ/মুকুল/বাল্ব)

উত্তৰঃ গেমা কাপ।

  1. বীজৰ অংকুৰণৰ সময়ত পুলিটোক সালােকসংশ্লেষণ নঘটা পর্যন্ত পুষ্টিদ্রব্য যােগান ধৰে।

(ভ্রণপােষে /যােজনকোষে/বীজপত্রই)

উত্তৰ ঃ ভ্রণপােষে।

  1. কোনটো প্ৰাণীৰ প্ৰজননৰ মুকুলােদ্গম হােৱা দেখা যায় ? (ৰস্ক্রীপ্রাণী/কেঁচু/শামুক/তেজপিয়া)

উত্তৰঃ ৰন্ধ্রীপ্রাণী।

  1. _ য়ে শুক্রাণু আৰু ডিম্বাণুৰ মিলনক বুজায় (মুকুললাম/বিভাজন/নিষেচন)

উত্তৰ ঃ নিষেচন।

You May Like: 100+ Assam polity and constitution question and answer Download in PDF

  1. প্রাণী দেহৰ যি তন্ত্ৰৰ দ্বাৰা খাদ্য দ্ৰৱ্য আৰু অক্সিজেন কলাকোষবােৰক যােগান ধৰা হয় সেই তন্ত্ৰটোৰ নাম

(c) ৰেচন তন্ত্র

(b) পৰিবহণ তন্ত্র

(a) পৌষ্টিক তন্ত্র

(d) শ্বসন তন্ত্র

উত্তৰ ঃ (b)

  1. চিষ্টেমিক ধমনীয়েদি মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিৰ পৰা তেজ ওলাই যায় ?

(a) সোঁ অলিন্দ

(b) সোঁ নিলয়

(c) বাওঁ অলিন্দ

(d) বাওঁ নিলয়।

উত্তৰ ঃ (c)

  1. মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিত অশুদ্ধ তেজ থাকে ?

(a) সোঁ অলিন্দ

(b) সোঁ নিলয়

(c) বাওঁ অলিন্দ

(d) আৰু

(e) দুয়ােটাই।

উত্তৰ ঃ (b)

  1. মিট্রেল ভালভ থাকে ?

(a) সোঁ আৰু বাঁও অলিন্দৰ মাজত

(b) সোঁ আৰু বাওঁ নিলয়ৰ মাজত

(c) সোঁ নিলয়ৰ মাজত

(d) বাওঁ অলিন্দ-নিলয়ৰ মাজত

উত্তৰ ঃ (d)

33.তলৰ কোনটো শ্বেতকণাই এন্টিবডি সৃষ্টি কৰে ?

(a) নিউটফিল

(b) লিম্ফচাইট

(c) মন’চাইট

(d) বেছ’ফিল।

উত্তৰ ঃ (b)

Same Content: Top 10 Question and Answer of Class IX English Prose Section | Assam 9th Class Important Question for Exam

34.মানুহৰ তেজৰ প্লাজমা আৰু ৰক্তকণাৰ অনুপাত

(a) 50% : 50%

(b) 60% : 40%

(c) 55% : 45%

(d) 45% :55%

উত্তৰ ঃ (c)

35.কোনটো শ্বেত ৰক্তকণিকা দানা বিহীন ?

(a) নিউটু’ফিল

(b) মন চাইট

(c) বেছ’ফিল

(d) ইয় ছিনফিল।

উত্তৰ ঃ (b)

  1. নিম্নলিখিত কোনটো অন্ত্রই প্রাণীদেহৰ বিভিন্ন তন্ত্রসমূহৰ মাজত সমন্বয় ৰক্ষা কৰে ?

(i) স্নায়ুতন্ত্র

(ii) ৰক্ত সঞ্চালন তন্ত্র,

(iii) শ্বাসতন্ত্র

(iv) প্রজনন তন্ত্র

উত্তৰ : (i)

  1. হৰ মন এবিধ

(i) ৰাসায়নিক বাহক

(ii) উৎসেচক

(iii) উপজাত দ্রব্য

(iv) নাইট্রজেন জাতীয় পদার্থ

উত্তৰ ঃ (1)

  1. দেহত থকা অন্তঃস্রাৱী গ্রন্থিবােৰে নিম্নলিখিত কোনবিধ ৰাসায়নিক দ্রব্য ক্ষৰণ কৰে

(i) হৰমন

(ii) উৎসেচক

(iii) প্লাজমা।

(iv) ভিটামিন

উত্তৰ ঃ (i)

Assam Science stream Assamese medium question and answer for short marks. these questions are very important for Competitive examinations like – Assam TET, APDCL, RRB ( Railway Recruitment Board Model Question). 

  1. তলত দিয়া কোনটো গ্রন্থি অন্তঃস্রাৱী নহয়—

(i) এড্রিনেল গ্রন্থি

(ii) থাইৰইড

(ii) প্রষ্টেট গ্রন্থি

(iv) অগ্ন্যাশয় গ্রন্থি

উত্তৰ ও (iii)

  1. তলত দিয়া অন্তঃস্রাৱী গ্রন্থিবােৰৰ কোনটো শৰীৰত গ্লক’জৰ পৰিমাণ নিয়ন্ত্রণ কৰা কাৰ্যত জড়িত ?

(i) পিটুইটাৰী

(ii) থাইৰড়

(iii) অগ্নাশয়

(iv) শুক্রাশয়।

উত্তৰ ঃ (iii)

  1. তলত দিয়া অংগসমূহৰ কোনটো অংগই এমনিয়াক ইউৰিয়ালৈ পৰিৱৰ্তন কৰে—

(i) হাওঁফাওঁ

(ii) যকৃত

(iii) অন্ত্ৰ

(iv) প্লীহা।

উত্তৰ ঃ (ii)

42.বৃক্কৰ ভিতৰৰ কেন্দ্ৰীয় অংশ নাম—

(i) কর্টেক্স

(ii) মেডুলা

(iii) হাইলাছ

(iv) ৰেনেল কৰপাছক’ল।

উত্তৰ ঃ (ii)

Read Also: [Voice Change] H S 2nd Year Previous Year Question Paper And Answer Voice Change [ 2001-2016]

  1. বৃক্ক গঠনৰ প্রাথমিক একক হ’ল—

(i) নেফ্রণ

(ii) মেডুলা

(iii) কর্টেক্স

(iv) ব’মেনৰ সম্পূট

উত্তৰ ঃ (i)

  1. তেজৰপৰা বর্জিত পদার্থবােৰ নেফ্রনৰ নিম্নলিখিত কোন অংশত পৰিস্ৰাৱীত হয় ?

(i) প্ল’মেলাছ

(ii) ব’মেনৰ সম্পুট

(iii) দূৰৱৰ্তী নলিকা

(iv) হেলীৰ লুপ।

উত্তৰ ঃ (i)

  1. এজন প্রাপ্তবয়স্ক মানুহৰ দুয়ােটা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদার্থ পৰিস্ৰাৱীত হয়?

(iii) 1.5 লিটাৰ

(i) 180 লিটাৰ

(ii) 2 লিটাৰ

(iv) 100 লিটাৰ

উত্তৰ ঃ (i)

46.‌ মানুহৰ দেহত তলত দিয়া কোনটো অংগত হিম’গ্লবিন ভাঙি বিলিরুবিন আৰু বিলিভাৰডিন উৎপন্ন হয় ?

(i) অন্ত্র

(ii) হাওঁফাওঁ

(iii) যকৃত

(iv) প্লীহা

উত্তৰ ঃ (iii)

  1. ঘেঁহু আৰু মাকৈৰ ৰাষ্ট’ ৰােগৰ কাৰক হ’ল— (এবিধ বেক্টেৰিয়া/ভেঁকুৰ/ভাইৰাছ /প্রট য’ৱা)।

উত্তৰ ঃ ভেকুৰ ।

  1. গৰু-ম’হৰ চবকা বেমাৰ হয় —1(ভেকুৰ/বেক্টৰিয়া/প্রটয’ৱা/ভাইৰাছৰ পৰা)

উত্তৰ ভাইৰাছৰ পৰা।

  1. মাইক’’হাইজা এক ধৰণৰ — ভেঁকুৰ /বেক্টেৰিয়া /শেলাই /ভাইৰাছ আৰু ওখ খাপৰ উদ্ভিদৰ মাজত সহজীৱি

সংগঠন।

উত্তৰ ঃ বিশেষ ভেঁকুৰ অথবা বেক্টেৰিয়া।

  1. কুষ্ঠৰােগৰ সৃষ্টি কৰে এবিধ ভাইৰাচে বেক্টেৰিয়াই ভেঁকুৰে প্ৰট’য’ৱাই।

উত্তৰ ঃ এবিধ বেক্টেৰিয়াই।

51.পলিঅ’ ৰােগৰ কাৰক হ’ল— (এবিধ বেক্টেৰিয়া/ ভাইৰাছ /প্রট য’ৱা/ভেঁকুৰ)।

উত্তৰ ঃ এবিধ ভাইৰাছ।

52.এইডছ ৰােগ সৃষ্টি কৰে এবিধ বেক্টেৰিয়াই/ভাইৰাছে/প্রট’য’ৱাই /ভেকুৰে।

উত্তৰ ঃ এবিধ ভাইৰাছে।

  1. এমিবীয় গ্ৰহণী বা এমবায়চিছ ৰােগৰ সৃষ্টি হয়–1(এবিধ ভেঁকুৰ/প্রট য’ৱা/বেক্টেৰিয়া/ভাইৰাছৰ পৰা)

উত্তৰ ঃ প্রট’য’ৱাৰ পৰা ।

Declaimer: This article, we have given all the details for educational purposses and we have not copied any content from other website. If any query you can contact us.

 

3 thoughts on “Biology Question Paper Class 12 CBSE Assamese Medium | জীৱবিজ্ঞান | Assam GK”

  1. Pingback: HS 2nd Year Question Paper 2017 Arts PDF Download | Old Paper Class 12 - Question Sangrah - Question and Answers Collection

  2. Pingback: Ecology and Environment MCQ Online Test | MCQ for Competitive exam - Question Sangrah - Question and Answers Collection

  3. Pingback: GK Questions for Kids | simple gk questions for kids - Question Sangrah - Question and Answers Collection

Leave a Reply

Scroll to Top